আজৰি সময়ত আপোনালোকে এইবোৰ কাম কৰিব পাৰে

 Youtube ত মোৰ প্ৰথম ভিডিঅ

আমি সকলোৱে জানো যে সময় বহু মূল্যৱান, সেইহে আমি সময়ৰ অপব্যৱহাৰ কৰিব নালাগে। আমি আজৰি সময়ত বিভিন্ন ধৰণৰ কাম কৰি নিজৰ লগতে ঘৰখনকো সহায় কৰিব পাৰো। আজিৰ ভিডিঅটোত সকলোৱে কৰিব পৰা এটা কামৰ বিষয়ে দেখুৱা হৈছে।

আশা কৰো আপোনালোকৰ নিচ্ছয় সহায় হব, লগতে ভিডিঅটো কেনে পালে জনাবলৈ নাপাহৰিব।
















#doormat #mat #homemadedoormat #kaliwaladoormat #homedecor #diyvideos #diy #door #assameseVlogger #assameseVlog #assameserecipe #pritisikhaborah #ajorixomoi

Comments

Popular posts from this blog

অসমীয়া মেখেলা চাদৰ আৰু গামোচাৰ ফুলৰ চানেকী আৰ্হি, PART-6

Best Tourist Places in Assam

Fulor Saneki Graph, Gamusa Fulor Saneki, Mekhela Sador Fulor Saneki