গামোচা ফুলৰ আৰ্হি

 অসমীয়া গামোচা ফুলৰ চানেকি, গামোচা ফুলৰ আৰ্হি

গামোচা অসমীয়া জাতিৰ জাতীয় সত্বাৰ প্ৰতীক গামোচা অসমীয়াৰ সমাজ জীৱনৰ অতি আদৰৰ বস্ত্ৰ। সাধাৰণতে গামোচা চাৰিওফালে ৰঙা সূঁতাৰে (সেউজীয়া ৰঙো থাকে) পাৰি দি বোৱা এখন বগা দীঘলীয়া কাপোৰ। কপাহী সূঁতাৰে বিশেষভাৱে গামোচা তৈয়াৰ কৰা হয় যদিও পাট আদি সূঁতাৰেও ইয়াক তৈয়াৰ কৰা হয়। 

আজি আপোনালোক গামোচা ফুলৰ কিছুমান আৰ্হি দেখুৱাম। আপোনালোকে ভিডিঅটো চাই কেনে পালে জনাবলৈ নাপাহৰিব।


অন্য ভিডিঅ চাবলৈ ক্লিক কৰক













Comments

Popular posts from this blog

অসমীয়া মেখেলা চাদৰ আৰু গামোচাৰ ফুলৰ চানেকী আৰ্হি, PART-6

Best Tourist Places in Assam

Fulor Saneki Graph, Gamusa Fulor Saneki, Mekhela Sador Fulor Saneki