অসমীয়া সেউজীয়া গামোচা ফুলৰ চানেকি
সেউজীয়া গামোচা ফুলৰ আৰ্হি, অসমীয়া গামোচা ফুলৰ চানেকি
গামোচা অসমীয়া জাতিৰ জাতীয় সত্বাৰ প্ৰতীক গামোচা অসমীয়াৰ সমাজ জীৱনৰ অতি আদৰৰ বস্ত্ৰ। কপাহী সূঁতাৰে বিশেষভাৱে গামোচা তৈয়াৰ কৰা হয় যদিও পাট আদি সূঁতাৰেও ইয়াক তৈয়াৰ কৰা হয়।
আজি আপোনালোক সেউজীয়া গামোচা ফুলৰ কিছুমান আৰ্হি দেখুৱাম। আপোনালোকে ভিডিঅটো চাই কেনে পালে জনাবলৈ নাপাহৰিব।
Social Media:
My Blog
My Facebook
My Instagram
Online Shopping:
Buy Best Productc from Amazon
Comments
Post a Comment