ঘৰতে কেনেদৰে বেলৰ চৰবত বনাব

 সহজতে বেলৰ চৰবত বনাওঁক

অতিপাত গৰমত আমাৰ সকলোৰে ঠাণ্ডা পানীয় খাবলৈ মন যায়। তেনে অৱস্থাত যদি আমি ঘৰতে ঠাণ্ডা চৰবত প্ৰস্তুত কৰি লব পাৰোঁ তেন্তে কিমান ভাল লাগিব। সেয়েহে আজি মই আপোনালোকক ঘৰতে কেনেদৰে বেলৰ চৰবত বনাব পাৰি দেখুৱাম।

আশা কৰো আপোনালোকৰ নিচ্ছয় সহায় হব, লগতে ভিডিঅটো কেনে পালে জনাবলৈ নাপাহৰিব।















#belorsorbot #WoodApplejuice #Juicerecipe #summer #summerrecipe #pokabelorsorbot #belorsharbat #belorjuice #Belkasharbat #ajorixomoi #WoodApple

Comments

Popular posts from this blog

অসমীয়া মেখেলা চাদৰ আৰু গামোচাৰ ফুলৰ চানেকী আৰ্হি, PART-6

Best Tourist Places in Assam

Fulor Saneki Graph, Gamusa Fulor Saneki, Mekhela Sador Fulor Saneki